WATCH | Akhil Gogoi : অচিৰে বিদেশী বিশেষজ্ঞ আনিবলৈ অ এন জি চিক নিৰ্দেশ দিয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা বুলি অখিল গগৈৰ প্ৰকাশ
শিৱসাগৰ,১৯জুন : তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ তথা ভাৰতীয় বিশেষজ্ঞই ভটীয়াপাৰৰ গেছ নিৰ্গমনৰ ঘটনা ৰোধ কৰিব নোৱাৰাৰ অভিযোগ শিৱসাগৰ বিধায়ক অখিল গগৈৰ।
অচিৰে বিদেশী বিশেষজ্ঞ আনিবলৈ অ এন জি চিক নিৰ্দেশ দিয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা বুলি অখিল গগৈৰ প্ৰকাশ।
তিনি দিনৰ ভিতৰত অ এন জি চিক বিদেশী বিশেষজ্ঞ আনি ভটীয়াপাৰৰ গেছ নিৰ্বাপন কৰিবলৈ নিৰ্দেশ অখিল গগৈৰ(Akhil Gogoi)।
অ এন জি জি চিয়ে আজি লৈকে ভুক্তভূগি ৰাইজক একো নিদিয়াৰ অভিযোগ কৰে গগৈয়ে। আনহাতে ৰাজ্য চৰকাৰেহে ভুক্তভোগী ৰাইজক সহযোগ কৰি আছে বুলি তেওঁ কয়। অখিল গগৈয়ে ৰিগটোৰ ঠিকাদাৰ কৃষ্ণ আগৰৱালাক গ্ৰেপ্তাৰ দাবী জনায় ।