Local, Vocal, Global

WATCH | Akhil Gogoi : পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতৰ আক্ৰমণক পূৰ্ণ সমৰ্থন জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈই

নিউজ ডেস্ক,৭মে’ : পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত ভাৰতৰ আক্ৰমণক পূৰ্ণ সমৰ্থন জনাই ৰাইজৰ দলৰ সভাপতি অখিল গগৈই।

দেশ আৰু দেশবাসীৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে ভাৰত চৰকাৰে যি পদক্ষেপ ল’ব সকলোতে পূৰ্ণ সমৰ্থন থাকিব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে(Akhil Gogoi)।

লগতে পঢ়ক : WATCH | Barpeta News : ১৫ নং বহৰি জিলা পৰিষদ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন দাসৰ জনসংযোগ অভিযান