WATCH | Akhil Gogoi :‘মোৰ ভুল হৈছিল মোক ক্ষমা কৰি দিয়ক।’ মুছলমান ৰাইজৰ ওচৰত ক্ষমা খুজিলে বিধায়ক অখিল গগৈয়ে
নিউজ ডেস্ক,২৭এপ্ৰিল : সাৱধান মুছলমান ৰাইজ! ভুলটো বিজেপিক ভোট নিদিব কোনো মুছলমানে! বিজেপিক ভোট দিলেই নৰকলৈ যাব লাগিব মুছলমান।বিজেপিক ভোট দিয়া মুছলমানক আল্লাই শাস্তি দি দি শেষ কৰিব।মুছলমানক খতম কৰিবলৈকে বিজেপি জন্ম হৈছে(Akhil Gogoi)।
মুছলমানক সাৱধানবাণী দিলে বিধায়ক অখিল গগৈয়ে। তাৰ পিছতে সামাজিক মাধ্যমকযোগে ক্ষমা বিচাৰিলে বিধায়কগৰাকীয়ে।
লগতে পঢ়ক : WATCH | Narangi News : বিহুৰ বতৰত সুৰামত্ত যুৱকৰ তাণ্ডৱ