WATCH | Akhil Gogoi : ‘AIUDF বিদায় ল ‘বলৈ ৰৈ আছে,২০২৬ চনত AIUDF শূন্য হৈ যাব’
নিউজ ডেস্ক,৯এপ্ৰিল : ‘বদৰুদ্দিন আজমলক হৰুৱাবলৈ মই ইয়ালৈ আহিছিলোঁ যাতে হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমলক লৈ ৰাজনীতি কৰিব নোৱাৰে’
‘AIUDF বিদায় ল ‘বলৈ ৰৈ আছে,২০২৬ চনত AIUDF শূন্য হৈ যাব(Akhil Gogoi)’