Local, Vocal, Global

WATCH | Akhil Gogoi : ‘আজিৰ দিনত বিজেপি চৰকাৰৰ বাবে মানুহ মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে’

নিউজ ডেস্ক,৭এপ্ৰিল : আজিৰ দিনত বিজেপি চৰকাৰৰ বাবে মানুহ মানুহ হিচাপে জীয়াই থাকিব নোৱাৰে’

‘দেশৰ সংবিধানক বিজেপিয়ে আক্ৰমণ কৰিছে’

‘আমাৰ সামাজিক গাঁঠনি বিজেপি দলে ভাঙি পেলাইছে’

‘সেইকাৰণে অনাগত সময়ত বিজেপিক পৰাভূত কৰাটো আমাৰ দায়িত্ব’

সংবাদমেলযোগে এই মন্তব্য অখিল গগৈৰ(Akhil Gogoi)

লগতে পঢ়ক : WATCH | Waqf Act now sees protests in Manipur: মনিপুৰৰ আকাশে বতাহে কেৱল ”নাৰা ই তাকবীৰ আল্লাহু আকবাৰ” ধ্বনি শুনা পোৱা গৈছে