WATCH | Akhil Gogoi : ‘এই বাজেট খনে কেৱল টোপ দিছে’: বিধায়ক অখিল গগৈ
নিউজ ডেস্ক,১০মাৰ্চ : বিধানসভাত দাখিল ২০২৫-২৬ বৰ্ষৰ বিত্তীয় বাজেট। এই বাজেট দাখিলৰ পাছতেই বাজেটখনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক অখিল গগৈৰ।
‘এই বাজেট খনে কেৱল টোপ দিছে’।’নিৰ্বাচন আহি আছে ৰাইজক লোভ দিছে এই বাজেটে’।’আঁচনিৰ নামত অসমৰ ৰাইজক লোভ দিছে'(Akhil Gogoi)।
লগতে পঢ়ক : WATCH | Ration Card Benefits : লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ