Local, Vocal, Global

WATCH | Akhil Gogoi : ‘অসমৰ ভাওনাৰ কথা একো নাজানে অশোক সিংঘালে’

নিউজ ডেস্ক,৪ মাৰ্চ : ‘মন্ত্ৰী অশোক সিংঘাল অসমীয়া সংস্কৃতি বিৰোধী, খিলঞ্জীয়া বিৰোধী। অসমৰ ভাওনাৰ কথা একো নাজানে অশোক সিংঘালে’।

‘অসমক কেৱল লুন্থন কৰা এজন সন্দেহজনক অসমীয়া অশোক সিংঘাল’। বিধায়ক অখিল গগৈৰ বিস্ফোৰণ(Akhil Gogoi)।

লগতে পঢ়ক :WATCH | Ashraful Hussain : ‘অসম চৰকাৰে লোৱা ঋণৰ টকা ক’ত কিমান খৰচ কৰিছে?’