Local, Vocal, Global

WATCH | AIUDF Press meet : নগাঁও জিলা এ আই ইউ ডি এফৰ সংবাদমেল

নগাঁও,১২এপ্ৰিল : আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ নগাঁও জিলা এ আই ইউ ডি এফৰ সংবাদমেল।

সংবাদমেলখনত উপস্থিত থাকে নগাঁও জিলা এ আই ইউ ডি এফৰ সভাপতিৰ লগতে আন আন বিষয়ববীয়াসকল।

পঞ্চায়ত নিৰ্বাচনক লৈ সংবাদ মাধ্যমৰ আগত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সভাপতি গৰাকীয়ে(AIUDF Press meet)।

লগতে পঢ়ক : WATCH | Panchayat Election 2025 : পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে জয় বকোত এ পি সদস্যাৰ প্ৰাৰ্থী ৰুমা ৰাভাৰ