Air India cabin crew strike: হঠাৎ বাতিল এয়াৰ ইণ্ডিয়াৰ প্রায় ৭০খন বিমানৰ চলাচল

নেশ্যনেল ডেস্ক,৮মে’ : হঠাৎ বাতিল এয়াৰ ইণ্ডিয়াৰ প্রায় ৭০খন বিমানৰ চলাচল(Air India cabin crew strike)।
তিৰুৱন্তমপুৰমত হঠাৎ বাতিল হৈছে এয়াৰ ইণ্ডিয়াৰ বিমান চলাচল। হঠাৎ বিমান চলাচল বাতিল পিছতে হাহাকাৰ সৃষ্টি হয় ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীৰ বিমান যাত্রীৰ মাজত।কোনো আনুষ্ঠানিক জাননী অবিহনে এয়াৰ ইণ্ডিয়াই বাতিল কৰিছে বিমান যাত্রা(More than 70 international, domestic flights cancelled) ।
জানিব পৰা মতে, ২৫০গৰাকী কেবিন ক্রুৰ ধৰ্মঘটৰ বাবে বাতিল কৰা হৈছে বিমান কেইখন। এই ধৰ্মঘটৰ পিছতেই হাহাকাৰ লাহিছে বিমান যাত্রীসকলৰ মাজত।
লগতে পঢ়ক : Ex-ULFA-I Member Nabbed for Illegal Weapons in Tinsukia : ডুমডুমাত আটক আত্মসমৰ্পণকাৰী আলফাৰ সদস্য