Local, Vocal, Global

WATCH | Maha Shivratri : ছিপাঝাৰৰ ঐতিহাসিক নাৰিকলি শিৱ মন্দিৰত ভক্তৰ ভিৰ

ছিপাঝাৰ,২৬ফেব্ৰুৱাৰী : আজি মহাশিৱৰাত্ৰী। ভক্তি আৰাধনাৰে মুখৰ শিৱমন্দিৰসমূহ।

দৰঙৰ ছিপাঝাৰৰ ইতিহাসপ্ৰসিদ্ধ নাৰিকলি শিৱ মন্দিৰত মহা শিৱৰাত্ৰীৰ দিনটোৰ পুৱাৰে পৰা অগণন ভক্ত দৰ্শনাৰ্থীৰ ভিৰ(Maha Shivratri)। মনৰ আশাৰে সেৱা ল’লে পূৰ হয় আশা।

লগতে পঢ়ক :WATCH | Maha Shivratri : ডবকাৰ আকাশীগঙ্গাত মহাশিৱৰাত্ৰী পূজাৰ বিশাল আয়োজন