Local, Vocal, Global

AGP leader partha pratim bora will resign: অগপ ত্যাগ কৰিব পাৰ্থপ্ৰতিম বৰাই!

নিউজ ডেস্ক,২৩অক্টোবৰ : অগপ ত্যাগ কৰিব পাৰ্থপ্ৰতিম বৰাই। অগপৰ মুখপাত্ৰ আৰু সম্পাদক আছিল পাৰ্থপ্ৰতিম বৰা।

সভাপতি অতুল বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ পাৰ্থপ্ৰতিম বৰাৰ(AGP leader partha pratim bora will resign)।

পুনৰ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা একালৰ NSUIৰ সভাপতি তথা কংগ্ৰেছৰ সম্পাদকৰ পদত থকা পাৰ্থপ্ৰতিম বৰাই।

লগতে পঢ়ক:Priyanka Gandhi to file nomination for Wayanad Lok Sabha today : আজি মনোনয়ন দাখিল কৰিব কংগ্ৰেছৰ মহাসচিব প্ৰিয়ংকা গান্ধীয়ে