Administration conducts eviction drive against illegal brick kilns: জামলাইত অবৈধ বাংলা ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান
![](https://mynewsne.com/wp-content/uploads/2025/02/noname-84-750x430.jpg)
বকো,৬ফেব্ৰুৱাৰী : কামৰূপ জিলাৰ জামলাইত অবৈধ বাংলা ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান।
কাঠফুলাৰ দৰে গঢ় লৈ উঠা একাংশ ইটা ভাটাৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ।
কামৰূপ জিলাৰ জামলাইত কাঠফুলাৰ দৰে গঢ় লৈ উঠিছিল একাংশ অসাধু ব্যৱসায়ীয়ে গঢ়ি তুলিছিল অবৈধ বাংলা ইটাৰ ভাটা।
বাৰে বাৰে উচ্ছেদ কৰাৰ পিছতো একাংশ কেৰেপ নকৰা ব্যৱসায়ীয়ে গঢ়ি তুলিছে অবৈধ বাংলা ইটাৰ ভাটা(Administration conducts eviction drive against illegal brick kilns)।
এই অবৈধ বাংলা ইটাৰ ভাটাৰ বিৰুদ্ধে প্ৰশাসনে চলাই আছে বুলডজাৰ।
ইতিমধ্যে প্ৰায় ১০-১২টা ইটাৰ ভাটাত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান।
মুঠ পাঁচটা বিভাগ একত্ৰিত হৈ প্ৰশাসনৰ অভিযান অব্যাহত।