Actor Mithun Chakraborty to get Dadasaheb Phalke Award :অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ দাদাচাহেব ফাল্কে বঁটা

নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : বলীউডলৈ সুখবৰ ৷ অভিনেতা মিথুন চক্ৰৱৰ্তীলৈ বিশিষ্ট সন্মান ৷ চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হ’ব অভিনেতাজনক ৷ ৮ অক্টোবৰত অভিনেতাগৰাকীক প্ৰদান কৰিব এই বঁটা।
৮ অক্টোবৰত ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত এই বঁটা প্ৰদান কৰা হ’ব মিথুন চক্ৰৱৰ্তীক ৷ সামাজিক মাধ্যমত এই তথ্য সদৰী কৰিছে মন্ত্ৰী অশ্বিনী বৈষ্ণৱে(Actor Mithun Chakraborty to get Dadasaheb Phalke Award)।
লগতে পঢ়ক :Four Bangladeshi nationals detained : অসমত প্ৰৱেশৰ চেষ্টা ৪ বাংলাদেশী মহিলাৰ