WATCH | Abhayapuri News : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিনা চৰ্তে মুক্তিৰ দাবীত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত অভয়াপুৰী প্ৰেছ ক্লাৱৰ

অভয়াপুৰী,২৬মাৰ্চ : সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিনা চৰ্তে মুক্তিৰ দাবীত কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত অভয়াপুৰী প্ৰেছ ক্লাৱৰ।
অভয়াপুৰী প্ৰেছ ক্লাৱৰ সংবাদকৰ্মী সকলে কলাবেজ পৰিধান কৰি অভয়াপুৰী সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ত উপস্থিত হৈ সাংবাদিক গৰাকীৰ বিনাচৰ্তে মুক্তিৰ দাবী তুলি সমজিলা আয়ুক্ত গৰাকীৰ জঢ়িয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে(Abhayapuri)।
লগতে পঢ়ক : WATCH | Mushalpur News : হাগ্ৰামা মহিলাৰী-হীৰা শৰণীয়াৰ বিৰুদ্ধে সৰৱ ইউপিপিএলৰ মুখপাত্ৰ