Local, Vocal, Global

Abhayapuri News :অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত গনেশ মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ লানি নিচিগা ভিৰ

অভয়াপুৰী,১জানুৱাৰী : আজি পহিলা জানুৱাৰী।বছৰৰ প্ৰথমটো দিনত মন্দিৰ,নামঘৰৰ লগতে বনভোজস্থলীসমূহত বনভোজকাৰী দলৰ ভিৰ। অভয়াপুৰীৰ ঐতিহ্যমণ্ডিত গনেশ মন্দিৰতো পুৱাৰ পৰাই দেখা গ’ল অগণন ভক্তৰ লানি নিচিগা ভিৰ। বছৰটোৰ যাতে ভালে কুশলে যায় তাৰ বাবে সিদ্ধি দাতা গনেশ প্ৰভুৰ চৰণত আশীষ লয় ভক্ত সকলে(Abhayapuri News)।

জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা পৰিয়াল সৈতে গনেশ মন্দিৰত উপস্থিত হৈ নতুন বছৰটোৰ আৰম্ভণি কৰে সকলোৱে।

লগতে পঢ়ক :Tragic road accident in Sonari: পথৰ দাঁতিত ৰখাই থোৱা ৰোলাৰত খুন্দা বাইকৰ;নিহত এজন,আহত এজন