Local, Vocal, Global

WATCH | Abhayapuri News : অভয়াপুৰী ৰাজ‍্যিক চিকিৎসালয়ত চলিছে কি?

অভয়াপুৰী,১৯জুন : অভয়াপুৰী ৰাজ‍্যিক চিকিৎসালয়ত চলিছে কি?

চিকিৎসালয়খনৰ মেনেজা খাটুন নামৰ ওৱাৰ্ড গাৰ্ল গৰাকীয়ে নিয়ম বৰ্হিভূতভাৱে তেওঁৰ স্থানত নিজ সম্পৰ্কীয় নাজিমা খানম নামৰ এগৰাকী যুৱতীক কৰ্তব্য সমাপন কৰিবলৈ দিয়া কাৰ্যই চৰ্চা লাভ কৰিছে ।

কেইবাদিনৰ পৰা ৰাজ্যিক চিকিৎসালয়খনৰ চিকিৎসকৰ জ্ঞাতসাৰে অবৈধভাৱে নাজিমা খানমে সেৱা আগবঢ়াই অহিছে(Abhayapuri News)।

সাংবাদিকৰ আগত মেনেজা খাটুনে তেওঁৰ অনুপস্থিত চিকিৎসালয়খনত কৰ্তব্যত নিয়োগ কৰা সন্দৰ্ভত অকপটে স্বীকাৰ প্ৰক্সি কৰ্মচাৰী নাজিমা খানমৰ।

সমগ্ৰ ঘটনা সন্দৰ্ভত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তদন্তৰ দাবী জনাইছে সংগঠনটোৱে।

লগতে পঢ়ক : WATCH | Dead body found : বুধবাৰে শিংৰা নৈত সন্ধানহীন হোৱা লোকজনৰ মৃতদেহ উদ্ধাৰ