Local, Vocal, Global

WATCH | Abhayapuri News : বিদ্যুৎ নাই, মমবাতিৰ পোহৰত গ্ৰাহকক সামগ্ৰী যোগান ধৰিছে অভয়াপুৰীৰ ব্যৱসায়ীয়ে

অভয়াপুৰী,৩১মে’ : প্ৰায় ৪৮ ঘন্টা অন্ধকাৰত ডুব গ’ল দেবদাৰু নগৰী অভয়াপুৰী।

মমবাতি পোহৰত ব্যৱসায় কৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে ব্যৱসায়ী সকলৰ(Abhayapuri News)।

বিভাগীয় কৰ্তপক্ষৰ লগত যোগাযোগ কৰিলেও সঠিক তথ্য দিব নোৱাৰাৰ অভিযোগ ব্যৱসায়ী সকলৰ।

লগতে পঢ়ক : WATCH | Jamugurihat News : শোনিতপুৰৰ বালিপৰাৰ জৰাসৰ নদীৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বালিপৰাৰ দীঘলী,বালিজানৰ বৃহৎ অংশ