WATCH | Abhayapuri News : বঙাইগাঁৱৰ WINGS UNISEX SPA & SALNON ত আৰক্ষীৰ অভিযান
অভয়াপুৰী,১৭মে’ : বঙাইগাঁৱৰ WINGS UNISEX SPA & SALNON ত আৰক্ষীৰ অভিযান। অভিযানত নাৰী দেহ চক্ৰৰ সৈতে জড়িত ৫ গৰাকী যুৱতী আৰু ২ জন যুৱকক আটক কৰে(Abhayapuri News)।
আটকাধীন যুৱক দুজনৰ পৱন শৰ্মা আৰু অহিদুল ইছলাম বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰাই চহৰৰ বিভিন্ন প্ৰান্তত গজি উঠিছে এই সমূহ স্পা আৰু চেলুন। পিছে বঙাইগাঁও আৰক্ষীয়ে আজি অভিযান চলাই এই স্পাখনত অভিযান চলাই বুজন পৰিমাণৰ নিৰোধ আৰু এই যুৱক যুৱতী কেইজনক আটক কৰে।
লগতে পঢ়ক : WATCH | Mangaldoi News : সামাজিক মাধ্যমত অশালীন মন্তব্য কৰি আৰক্ষীৰ জালত ইছমাইল হুছেইন