Local, Vocal, Global

Abhayapuri News: বঙাইগাঁৱত চিকিৎসকৰ চেম্বাৰত চিকিৎসক-ৰোগীৰ আত্মীয়ৰ মাজত তীব্ৰ বাক-বিতণ্ডা

অভয়াপুৰী,১৮নৱেম্বৰ : বঙাইগাঁৱত চিকিৎসকৰ চেম্বাৰত চিকিৎসক-ৰোগীৰ আত্মীয়ৰ মাজত তীব্ৰ বাক-বিতণ্ডা ।

ৰোগীৰ আত্মীয়ক দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ চিকিৎসকৰ বিৰুদ্ধে(Abhayapuri News)

ঘটনা সন্দৰ্ভত দুয়ো পক্ষৰ আৰক্ষী চকীত এজাহাৰ দাখিল।

ঘটনা সন্দৰ্ভত দুয়ো পক্ষৰ আৰক্ষী চকীত এজাহাৰ দাখিল।

বঙাইগাঁওৰ জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত কি ব্যৱস্থা লয় সেয়া হ’ব লক্ষণীয়।

প্ৰকৃততে কি হৈছিল চিকিৎসক-ৰোগীৰ আত্মীয়ৰ মাজত?

লগতে পঢ়ক :Road Accident in Rangia: ৰাস চাই ঘৰলৈ উভতনিৰ পথত মৰ্মান্তিক দুৰ্ঘটনা,নিহত ১০ বছৰীয়া শিশু