AASU General Body Meeting :শিৱসাগৰৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত আছুৰ সাধাৰণ সভা
শিৱসাগৰ ২৭জানুৱাৰী : শিৱসাগৰৰ ছ্যুকাফা সমন্বয় ক্ষেত্ৰত আছুৰ সাধাৰণ সভা ।
শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিত ছ্যুকাফা সমন্বয় ক্ষেত্ৰত সোমবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে আছুৰ সাধাৰণ সভা(AASU General Body Meeting)।
পুৱা পতাকা উত্তোলন , স্বহীদ তৰ্পণ আৰু সাংস্কৃতিক অভিবাদন কাৰ্যসূচী সম্পন্ন হৈছে ।
লগতে পঢ়ক :Chapar News:চাপৰত এগৰাকী চৰকাৰী বিষয়াৰ গুণ্ডাগিৰীত অতিষ্ঠ হৈ পৰিছে ৰাইজ