Local, Vocal, Global

WATCH | AAMSU Protest Against WAQF BILL : ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ প্ৰতিবাদ

চাপৰ,৪এপ্ৰিল : ৱাকফ সংশোধনী আইন বাতিলৰ দাবীত সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ তীব্ৰ প্ৰতিবাদ।

বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত আৰু চাপৰ আঞ্চলিক আমছুৰ সহযোগত চাপৰ গান্ধী ময়দানত সাব্যস্ত কৰে এই প্ৰতিবাদ ।

মুখত ক’লা কাপোৰ মাৰি এই আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(AAMSU Protest Against WAQF BILL) ।

এই আইন সংখ্যালঘু লোকৰ বাবে অধিকাৰ সৰ্ব কৰা আইন গতিকে এই আইন মানি নলয় সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে ।

যদি এই মুছলমান বিৰোধী আইন বাতিল নহয় তেন্তে পৰবৰ্তী সময়ত ইয়াতকৈ আৰু অধিক ভয়ানক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে আমছুৱে।

লগতে পঢ়ক : WATCH | Student goes missing : ক্ৰিকেট প্ৰশিক্ষণৰ বাবে গৈ ঘৰলৈ উভতি নাহিল গোগামুখত দুজন ছাত্ৰ