Local, Vocal, Global

WATCH | AAMSU Protest : মহানগৰীৰ আকাশ বতাহ কপাই তুলিলে আমছুৱে

নিউজ ডেস্ক,৯এপ্ৰিল : মহানগৰীৰ আকাশ বতাহ কপাই তুলিলে আমছুৱে।

মহানগৰীৰ চচলৰ প্রতিবাদস্থলীত আমছুৰ তীব্ৰ প্ৰতিবাদ।

ৱাকফক আইন কোনো পধ্যেই মানি নোলোৱাৰ হুংকাৰ আমছুৰ(AAMSU Protest)।

‘কেৱল দেশৰ সংখ্যালঘু হোৱাৰ কাৰনেই মুছলমানক টার্গেট কৰিছে চৰকাৰে।

‘সংখ্যালঘুক টার্গেট কৰা বন্ধ কৰক চৰকাৰে’-আমছু ।

লগতে পঢ়ক : WATCH | Lightning strike : পশ্চিম দৰঙৰ পদ্মাঝাৰত বজ্ৰপাত; বজ্ৰ পৰাত ভস্মীভূত হয় গৃহ