WATCH | AAMSU News : ‘পৱিত্ৰ ঈদৰ দিনাই ৰাজপথলৈ ওলাই আহিব সংখ্যালঘু’
নিউজ ডেস্ক,৫জুন : ‘পৱিত্ৰ ঈদৰ দিনাই ৰাজপথলৈ ওলাই আহিব সংখ্যালঘু’
‘ঈদগাহ-ময়দানত পৰিধান কৰিব ক’লা বেজ।’
‘১১ জুনত গুৱাহাটীত হ’ব বৃহৎ আন্দোলন। চৰকাৰৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে আমছুৰ যুদ্ধ ঘোষণা।
‘বিদেশীৰ নামত মুছলমানৰ সৈতে অন্যায় কৰাটো সহ্য নকৰো’- আমছুৰ হুংকাৰ(AAMSU News)।
লগতে পঢ়ক : WATCH | Dalgaon News : ৰাজ্যত নেৰানেপেৰা বৰষুণ;বৰষুণৰ ফলত কৃষকৰ দুৰ্দশা