WATCH | AAMSU : ‘NRCক লৈ আভুৱা ভৰা কথা কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ’
নিউজ ডেস্ক,১৫জুন : ‘NRCক লৈ আভুৱা ভৰা কথা কোৱাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীৰ’
‘NRC কেন্দ্ৰীয় চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ বিষয়’
‘NRCত নাম নহা লোকক হাত লগোৱাটো বাদেই, দিব লাগিব সকলো সুবিধা’
কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিছে এই কথা’
NRC আৰু বিদেশী বিতাড়নক লৈ গৰজি উঠিল আমছু(AAMSU)
লগতে পঢ়ক :WATCH | Mid Day Meals Workers : মধ্যাহ্ন ভোজনৰ কৰ্মীৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ