Local, Vocal, Global

WATCH | AAMSU : ‘সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি?’

নিউজ ডেস্ক,৬এপ্ৰিল : সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি?’

‘ক্ষমতাই মূৰত ধৰিছে বিজেপিক’-আমছু

‘বাজেটত সংখ্যালঘুসকলক একোকে নিদিলে চৰকাৰে’

‘অৰুণোদয় আঁচনিৰ পৰা মুছলমান মহিলাৰ নাম কর্তন কৰিছে হিমন্ত চৰকাৰে’

৯ এপ্ৰিলৰ পৰা ৩ মে’ লৈকে হিমন্ত চৰকাৰৰ বিৰুদ্ধে অসমৰ আকাশ বতাহ কঁপাই তুলিব আমছুৱে

হিমন্ত চৰকাৰৰ এনে অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ উলাই ওলাই আহিব আমছু

‘সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলাবলৈ বিজেপিক ক্ষমতা দিয়া হৈছে নেকি?’

‘সংখ্যালঘু সকলক যদি ভাল পাই স্কুল-কলেজ দিয়ক’

‘অটো, চিলাই মেচিন এইবোৰ আমাক নালাগে এইবোৰ কিনিব পৰা ক্ষমতা আছে’

হুংকাৰ আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰৰ(AAMSU)

লগতে পঢ়ক : WATCH | Chapar News : মন্দিৰৰ মাটিক লৈ দুই ফৈদৰ মাজত সংঘাট, আহত কেইবাজনো