Copyright Act.ৰ অধীনত গ্রেপ্তাৰ এগৰাকী যুৱতী
নিউজ ডেস্ক, ৩০ জুন : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা ।
অসম পুঁথি আৰু বিক্রেতা সন্থাৰ গোচৰৰ ভিত্তিত Copyright Act.ত গ্রেপ্তাৰ হৈছে ববিতা গগৈ নামৰ এগৰাকী যুৱতী।
বহুকেইজন প্রসিদ্ধ লেখকৰ প্রায় ৫০০০ গ্রন্থ সামাজিক মাধ্যমত প্রচাৰ কৰাৰ পাছতে অসম পুঁথি আৰু বিক্রেতা সন্থাৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ হৈছে যুৱতীগৰাকী।
উল্লেখযোগ্য যে, Copyright Act.ত কিছুদিনপূৰ্বে গ্রেপ্তাৰ হৈছিল মণ্টু ডেকা নামৰ এজন যুৱক।