Local, Vocal, Global

Assam | Daboka news: ডবকাত কান্সিবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ডবকা: ডবকাত কান্সিবজাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত মৃত্যু এজন ছাত্ৰৰ । সংকটজনক অৱস্থাত এগৰাকী ছাত্ৰী । দ্ৰতবেগি ট্ৰিপাৰে মহতিয়াই যায় বাইকেৰে গৈ থকা দুই কলেজীয়া ছাত্ৰ-ছাত্ৰীক । দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰজনৰ নাম ছাজিদ বুলি জানিব পৰা গৈছে । নীলবাগান চাচ মিচন জুনিয়ৰ কলেজৰ ছাত্ৰ আছিল ছাজিদ । ইপিনে আহত ছাত্ৰীগৰাকী ডবকা হাজী আনফৰ আলী কলেজৰ ছামিনা বেগম বুলি জানিব পৰা গৈছে । উন্নত চিকিৎসাৰ বাবে ছাত্ৰীগৰাকীক হোজাই হাম হস্পিতাললৈ প্ৰেৰণ কৰে ।

লগতে পড়ক: Assam | Chapar news: চাপৰৰ মাজমজিয়াত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা