Local, Vocal, Global

Watch | Independence day, jorhat : স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কৃষি ও আৱকাৰী মন্ত্ৰী অতুল বৰাই

যোৰহাট: আজি ৭৯ সংখ্যক স্বাধীনতা দিৱস। সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে যোৰহাটতো উহল মালহেৰে উদযাপিত কৰা হৈছে ৭৯ সংখ্যক স্বাধীনতা দিৱস।যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে স্বাধীনতা দিৱস।স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কৃষি ও আৱকাৰী মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক: Watch | Nalbari news: সমগ্ৰ দেশৰ লগতে শংকৰ মাধৱ হাইস্কুলত ৭৯ তম্ স্বাধীনতা দিৱস পালন