Local, Vocal, Global

Watch | North Guwahati fire: নিশা উত্তৰ গুৱাহাটী ৰংমহল নাজিৰাখাটত ভয়ংকৰ অগ্নিকাণ্ড

উত্তৰ গুৱাহাটী: নিশা উত্তৰ গুৱাহাটী ৰংমহল নাজিৰাখাটত ভয়ংকৰ অগ্নিকাণ্ড ।

সুলভ মূল্যৰ দোকানসহ এটা পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণ ৰূপে এই অগ্নিকাণ্ডত জাহ যায় ।

টংকেশ্বৰ দাস ( মিলিক) ৰ ঘৰত হয় এই অগ্নিকাণ্ড ।

কথমপি প্ৰাণ ৰক্ষা পৰিয়ালটোৰ সদস্য ।

শ্বৰ্ট শ্বাৰ্কিটৰ ফলত সংঘটিত হয় এই অগ্নিকাণ্ড।

স্থানীয় ৰাইজ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত নিৰ্বাপিত হয়
জুই ।

লগতে পঢ়ক: Watch | Chapar eviction place visit congress MLA: চাপৰৰ চৰুৱাবাখৰা,সন্তোষপুৰত আৰু চিৰাকুটাৰ উচ্ছেদস্থলীত উপস্থিত জাকিৰ হুছেইন শিকদাৰ