Local, Vocal, Global

Watch | Nagaon news: ১১ বজালৈকে চৰকাৰী কাৰ্যালয়ত উপস্থিত নাই বিভাগৰ সৰহ সংখ্যক কৰ্মচাৰী

নগাঁও : নগাঁও জিলা আয়ুক্তৰ চাডেন ভিভিত তিনিটাকৈ বিভাগৰ কাৰ্যালয়ত ।

নগাঁৱৰ লোকনিৰ্মান বিভাগ, শিক্ষা বিভাগৰ উপ পৰিদর্শকৰ কাৰ্য্যালয়, জিলা বিদ্যালয়সমূহৰ পৰিদর্শকৰ কাৰ্য্যালয়ত জিলা আয়ুক্ত দেৱশীষ শৰ্মাৰ চাডেন ভিজিট।

নগাঁৱৰ চৰকাৰী বিষয়া কৰ্মচাৰীৰ কৰ্মসংস্কৃতি দেখি হতবাক জিলা আয়ুক্ত দেৱশীষ শৰ্মা।

১১ বজালৈকে চৰকাৰী কাৰ্যালয়ত উপস্থিত নাই বিভাগৰ সৰহ সংখ্যক কৰ্মচাৰী ।

জব্দ কৰিলে পঞ্জীয়ন বহী।

হাহাকাৰ চৰকাৰী কাৰ্যলয়ৰ কৰ্মচাৰীৰ ।

লগতে পঢ়ক : Watch | Chapar eviction : চাপৰত উচ্ছেদিতই ভাঙি চুৰমাৰ কৰিলে দুখনকৈ বুলডজাৰ