Local, Vocal, Global

Major reshuffle after Leena Doley’s joining as SSP in Assam’s Dhubri: ধুবুৰীৰ SSP হিচাপে লীণা দলেৰ যোগদানৰ পাছতে বৃহৎ ৰদবদল

ধুবুৰী জিলাত একে দিনাই ৩৯ গৰাকী SI আৰু ASI আৰক্ষী বিষয়াক বদলিধুবুৰী জিলা আৰক্ষী অধীক্ষক লীনা দলে যোগদানৰ পিছতেই বদলিৰ নিৰ্দেশ ।

ইয়াৰ ভিতৰতেই বিলাসীপাৰা, সাপটগ্ৰাম আৰক্ষী থানাৰ দুগৰাকী আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লোজৰ নিৰ্দেশ। উপ পৰিদৰ্শক তপন ডেকা আৰু সঞ্জীৱ মজুমদাৰক ৰিজাৰ্ভ ক্লোজ কৰে।
দুয়োৰে বিৰুদ্ধে ৰাজহুৱা বিভিন্ন অভিযোগ উত্থাপিত হৈছে আহিছিল।