WATCH | Jamugurihat News : শোণিতপুৰৰ ১৭ মাইলত গো মাংস উদ্ধাৰ
জামুগুৰিহাট,২জুলাই : শোণিতপুৰৰ ১৭ মাইলত গো মাংস উদ্ধাৰ।
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা বিচমিল্লা নামৰ হোটেল খনত উদ্ধাৰ নিষিদ্ধ গো মাংসখিনি(Jamugurihat News)।
বনাই থকা অৱস্থাতে চাৰিদুৱাৰ আৰক্ষীয়ে জব্দ কৰে ।
ঘটনা সন্দৰ্ভত হোটেলখনৰ স্বত্বাধিকাৰী আজিজুল ইছলামক আটক৷
চাৰিদুৱাৰ আৰক্ষীয়ে আজিজুল ইছলামক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ।
লগতে পঢ়ক : WATCH | Jamugurihat News : জামুগুৰিহাটৰ মৰিসুতিৰ কৃষিপথাৰত ব্যস্ত ৰোৱনী