WATCH | Chapar News : চাপৰত অবৈধ গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

চাপৰ,১জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চাপৰত অবৈধ গো মাংসৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
আৰক্ষীৰ অভিযানত অবৈধ গো মাংস সহ আটক ৫জনক(Chapar News)।
চাপৰ অঞ্চলৰ কেবাখনো বজাৰৰ বিভিন্ন হোটেলৰ পৰা উদ্ধাৰ গো মাংস।
প্ৰায় বিশ কিলোগ্ৰাম গো মাংস উদ্ধাৰ কৰিছে আৰক্ষীয়ে।
ইতিমধ্যে ঘটনা সংক্ৰান্তত আৰক্ষীৰ তদন্ত অব্যাহত।
লগতে পঢ়ক : WATCH | Congress Protest Against Gir Cow Scam: গীৰ গাই বিতৰ্ক সন্দৰ্ভত গৰুখুঁটিত প্ৰতিবাদ কংগ্ৰেছৰ