Local, Vocal, Global

WATCH | Hajo News : কলিতাকুছি পঞ্চায়তৰ সভাপতি নিৰ্বাচন

হাজো,৩০জুন : কলিতাকুছি পঞ্চায়তৰ সভাপতি নিৰ্বাচন ।

হাজো উন্নয়ন খণ্ডত অনুষ্ঠিত হয় ৯৫ নং কলিতাকুছি গাওঁ পঞ্চায়তৰ সভাপতি নিৰ্বাচন(Hajo News)।

বিগত পঞ্চায়ত নিৰ্বাচনত পঞ্চায়তত জয়লাভ কৰা দহ গৰাকী সদস্যৰ ভিতৰত ন গৰাকীৰ সমৰ্থন লাভ কৰি সভাপতি হিচাপে নিৰ্বাচিত হয় মনচুফ আলী।

সভাপতিৰ দায়িত্ব লৈয়ে আগন্তুক পাঁচটা বছৰত পঞ্চায়ত খন স্বত্ব নিকা আৰু দুৰ্নীতি মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে নৱ নিৰ্বাচিত সভাপতি মনচুফ আলীয়ে।

লগতে পঢ়ক : WATCH | Dibrughar News : ডিব্ৰুগড়ত সোণোৱাল কছাৰী ছাত্ৰ সন্থা আৰু নাৰী সন্থাৰ তীব্ৰ প্ৰতিবাদ