WATCH | Honey Trapping : ৰাজ্যত পুনৰ ভয়ংকৰ হানী ট্ৰেপিঙৰ ঘটনা
যোৰহাট,২৯জুন : যোৰহাটত ভয়ংকৰ হানী ট্ৰেপিঙৰ ঘটনা।
গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা নামৰ দুই ভাতৃয়ে হানী ট্ৰেপিং কৰি ধন লুটৰ অভিযোগ9Honey Trapping)!
এজাহাৰ দাখিলৰ পিছতেই পলায়ন কৰে গজানন মুণ্ডা আৰু নন্দ কিশোৰ মুণ্ডা।
ঘটনাৰ লগত জড়িত আছে নেকি ছাত্ৰ নেতা ৰিয়াজ যোৰহাট ঈদগাহ সমিতিৰ সম্পাদক পাৰভেজ হুছেইন।
লগতে পঢ়ক : WATCH | Jamugurihat News : পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি যুৱতীৰ