Local, Vocal, Global

WATCH | Bhabesh Kalita : হাজোত বিধায়ক ভৱেশ কলিতাৰ আধাৰশিলা স্থাপন

হাজো,২৯জুন : হাজোৰ জাপিয়াত বিধায়ক ভৱেশ কলিতাৰ আধাৰশিলা স্থাপন।

নৱ গঠিত ৰঙিয়া বিধানসভা সমষ্টিৰ শ্বহীদ সত্যনাথ গাওঁ পঞ্চায়তৰ অন্তৰ্গত জাপিয়া গাঁৱত দুটাকৈ উপসনাস্থলীত অসম দৰ্শন আঁচনিৰ আধাৰশিলা স্থাপন কৰে বিধায়ক ভৱেশ কলিতাই(Bhabesh Kalita)।

অসম দৰ্শন আঁচনিৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ উপসনাস্থলীবোৰত নতুন ৰূপ দিয়াৰ বাবে আধ্যাত্মিক দিশটো অধিক টনকিয়াল হ’ব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে।

শিৱ মন্দিৰ আৰু কালী মন্দিৰৰ আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ভৱেশ কলিতাই।

লগতে পঢ়ক : WATCH | Chapar News : ২০২৫ চনৰ বি টি চি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নেকি এবিএমছুয়ে?