WATCH | Rafiqul Islam : ‘জয়ন্তমল্ল বৰুৱাই প্ৰমাণ কৰিলে বিজেপি ৱাছিং মেছিন’
নিউজ ডেস্ক,২৮জুন : মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া বিধায়ক ৰফিকুল ইছলামৰ
জয়ন্তমল্ল বৰুৱাই প্ৰমাণ কৰিলে বিজেপি ৱাছিং মেছিন
গৰুখুঁটিৰ গৰু কেনেকৈ বিধায়ক সাংসদে কেনেকৈ ভগাই ল’লে বুলি প্ৰশ্ন
গৰুখুঁটি প্ৰকল্পৰ দুৰ্নীতিকলৈও সৰৱ ৰফিকুল ইছলাম(Rafiqul Islam)
লগতে পঢ়ক : WATCH | Parbotjhora News : পৰ্বতঝোৰাত ইউপিপিএলৰ হিতাধিকাৰী সন্মিলন আৰু আৰ্থ-সামাজিক সজাগতা সভা