Local, Vocal, Global

WATCH | Hajo News : নিৰ্বাচিত হ’ল হাজোৰ কেইবাখনো গাঁও পঞ্চায়তৰ সভাপতি

হাজো,২৮জুন : নিৰ্বাচিত হ’ল হাজোৰ কেইবাখনো গাঁও পঞ্চায়তৰ সভাপতি ।

চৰকাৰী নিয়ম অনুযায়ী গঠন হল কেইবাখনো গাঁও পঞ্চায়তৰ সভাপতি।

কুলহাটি পাছগাঁও দুই নং হাজো, বাঙলপাৰা গাঁও পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰা হয়।

হাজো খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যলয়ত নিৰ্বাচন প্ৰক্ৰিয়া অনুষ্ঠিত হয়(Hajo News)।

কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত নিৰ্বাচিত হল পঞ্চযতৰ নৱ নিযুক্ত সভাপতি সকল।

লগতে পঢ়ক : WATCH | Tiranga Yatra : ধিঙত নগাঁও মৰিগাঁও জিলাৰ প্ৰাক্তন সৈনিকৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা