WATCH | Cachar News : প্ৰথমখন পঞ্চায়ত ব’ৰ্ড হিচাপে কুৰকুৰি গ্ৰাম পঞ্চায়ত সমিতি ব’ৰ্ড গঠন

কাছাৰ,২৬জুন : কাছাৰৰ কাটিগড়া বিধান সভা সমষ্টিৰ প্ৰথমখন পঞ্চায়ত ব’ৰ্ড হিচাপে কুৰকুৰি গ্ৰাম পঞ্চায়ত সমিতি ব’ৰ্ড গঠন ।
কাছাৰৰ কাটিগড়া বিধান সভা সমষ্টিৰ প্ৰথম খন পঞ্চায়ত ব’ৰ্ড হিচাপে কুৰকুৰি গ্ৰাম পঞ্চায়ত সমিতি ব’ৰ্ড গঠন। কুৰকুৰি গ্ৰাম পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ সদস্য ফাৰহানা বেগমক কুৰকুৰি গ্ৰাম পঞ্চায়ত সমিতিৰ সভানেত্ৰী আৰু কুৰকুৰি গ্ৰাম পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ সদস্য ইমৰানা বেগমক উপ সভাপতি হিচাপে নিৰ্বাচিত কৰা হয়(Cachar News)।
নৱ নিৰ্বাচিত পঞ্চায়ত ব’ৰ্ডৰ সদস্যসকলক শপত গ্ৰহণ কৰে কালাইন উন্নয়ন ব্লকৰ ভাৰপ্ৰাপ্ত ব্লক উন্নয়ন বিষয়া নিখিল অধিকাৰীয়ে। নৱ নিৰ্বাচিত পঞ্চায়ত বোৰ্ডৰ সদস্য আৰু সদস্য সকলোক গামোচা দি আদৰণি জনায় কাছাৰ জেলা কংগ্রেস সম্পাদক সন্ধিপ দাস আৰু কাটিগড়াৰ মহাদেৱপুৰ গুমড়া জিলা পৰিষদ সদস্য ত্রয়োবাছি দাস।
লগতে পঢ়ক :WATCH | Cachar News : অসম-মেঘালয় সীমান্তত আৱদ্ধ হৈ থকা ট্ৰাক চালকসকলৈ সহায়ৰ হাত কাছাৰ প্ৰশাসনৰ