WATCH | Biswanath News : বিশ্বনাথ চাৰিআলিৰ পাভৈত চিলনি চোৰ আটক

বিশ্বনাথ,২৬জুন : বিশ্বনাথ চাৰিআলিৰ পাভৈত চিলনি চোৰ আটক।
পাভৈৰ ৰঙামাটিত দুজনকৈ চিলনি চোৰ আটক কৰিলে আৰক্ষীয়ে(Biswanath News)। আটকাধীন চোৰ দুজন ক্ৰমে জাকিৰ হুছেইন আৰু আইবুৰ ৰহমান ৷ আটকাধীন চোৰ দুটাৰ ঘৰ চতিয়াত।
পাভৈৰ ৰঙামাটিত পথচাৰিৰ পৰা মোবাইল থপিয়াই পলায়ন কৰিবলৈ চেষ্টা কৰোতেই গাঁৱৰ ৰাইজ আৰু প্ৰশাসনক খবৰ দিয়াত স্থানীয় ৰাইজ আৰু বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষীয়ে দুজনক আটক কৰে ৷ আমিৰ ৰহমান নামৰ এজন লোকৰ পৰা থপিয়াইছিল মোবাইল ৷
লগতে পঢ়ক : WATCH | Goalpara News : হাচিলা বিলৰ উচ্ছেদিত ৰাইজে ক্ষমা বিচাৰিলে সাংসদ ৰকিবুল হুছেইন ওচৰত