WATCH | Massive fire breaks out: নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
নগাঁও,২৬জুন : নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ।
নগাঁও চহৰৰ ইছলামপট্টিত অগ্নিকাণ্ড ভস্মীভূত চাৰিটাকৈ গৃহৰ সা-সামগ্ৰী।
ইছলামপট্টিৰ মুকুল খান, আজিজুল খান. হবিবুৰ খান আৰু মকবুল খান নামৰ লোক কেইজনৰ বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ড(Massive fire breaks out)।
তদুপৰি এটা পৰিয়ালে সন্তানৰ চিকিৎসাৰ বাবে যোগাৰ কৰা নগদ ধনো জুইত জাহ যোৱাত হাহাকাৰ লাগিছে পৰিয়ালটোত।
অগ্নিকাৰৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।
পিছত স্থানীয় লোক আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে নিৰ্বাপন কৰে জুই।
লগতে পঢ়ক : WATCH | Leopard terror: ফিল’বাৰী চাহ বাগিচাত নাহৰফুটুকী পিঞ্জৰাবদ্ধ