WATCH | Unidentified Body Found : যোৰহাটত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ
যোৰহাট,২৬জুন : যোৰহাটত উদ্ধাৰ অচিনাক্ত ব্যক্তিৰ মৃতদেহ।
যোৰহাটৰ বালিগাঁও ৰাজতীয়া ভোগদৈ দলঙৰ তলৰ পানীৰ জুৱলীত এটা অচিনাক্ত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয়।
মৃতদেহটো প্ৰায় অৰ্ধগলিত অৱস্থাত উদ্ধাৰ হয়(Unidentified Body Found)।
ৰাতিপুৱা স্থানীয় লোকে প্ৰাতঃভ্ৰমণলৈ অহা লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে।
আৰক্ষী আৰু SDRF বাহিনীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
লগতে পঢ়ক : WATCH | Biswanath News : বিশ্বনাথ আৰক্ষীয়ে দাহ কৰে ২ কোটি ৮০ লাখ টকাতকৈও অধিক মূল্যৰ নিচাযুক্ত সামগ্ৰী