WATCH | Jorhat News : ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা এল্টো বাহনৰ চালকৰ
যোৰহাট,২৬জুন : যোৰহাট অজন্তা বাইপাছত বাছ আৰু এল্টো বাহনৰ মুখামুখি সংঘৰ্ষ।
বাছ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা এল্টো বাহনৰ চালকৰ(Jorhat News)।
ঘটনাস্থলীত আই এছ বি টি আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈছে ।
ইতিমধ্যে দুয়োখন বাহন ISBT আৰক্ষী চকীলৈ অনা হৈছে।
লগতে পঢ়ক : WATCH | Baihata Chariali : একাংশ বহিৰাগত বনিক গোষ্ঠীৰ সন্ত্ৰাসত বিনিদ্ৰ ৰজনী কটাব লগীয়া হৈছে বাইহাটাৰ ৰাইজ