Local, Vocal, Global

WATCH | Dalgaon News : নাবালিকাৰ লগত কু-কাণ্ড চিকিৎসকৰ সহায়কৰ

দলগাঁও,২৬জুন : এইবাৰ মুন্না ভাই নহয়! এইবাৰ চিকিৎসকৰ সহায়কে কৰিলে কু- কাণ্ড। খাৰুপেটীয়াতএজনী ১৩ বছৰীয়া নাৱালিকা মাকৰ লগত গৈছিল খাৰুপেটিয়াৰ লাইফ কেয়াৰ ডাইঅগ্নেষ্টিক চেণ্টাৰত xray কৰিব । কিন্তু ভণ্ড সহায়ক জনে xray নকৰি কু-কৰ্ম কৰে নাৱলিকা জনিৰ লগত(Dalgaon News)।

জানিব পৰা মতে, ভণ্ড সহায়ক জনৰ নাম ওচমান গনি । দলগাঁৱৰ অন্তৰ্গত বৰুৱাঝাৰ গাঁৱৰ এগৰাকী নাৱালিকা কৰিছিলে কু কাণ্ড। নাবালিকা জনিয়ে লাজ পাই ঘৰত কোৱা নাছিল কিন্তু আজি অপাৰেশ্যন কৰিব লৈ যাম বুলি কওঁতে কান্দি আছিল তাৰ পিছত নাৱালিকা জনী তাইৰ আইতাকক সকলো ঘটনা খুলি কবলৈ বাধ্য হয় ।

ঘটনা সন্দৰ্ভত আজি ভুক্তভূগি পৰিয়ালে ভণ্ড সহায়ক ওচমান গনিৰ বিৰুদ্ধে খাৰুপেটিয়া থানাত দাখিল কৰে এজাহাৰ।

লগতে পঢ়ক : WATCH | Kaliabor News : ৰাজ্যত সক্ৰিয় জাল নোট সৰবৰাহকাৰী