Local, Vocal, Global

WATCH | Kaliabor News : ৰাজ্যত সক্ৰিয় জাল নোট সৰবৰাহকাৰী

কলিয়াবৰ,২৬জুন : ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত জাল নোট বনোৱা সৰবৰাহকাৰী।

ৰূপহীহাটৰ ভাটিয়াখালীত আমবাগান আৰক্ষীয়ে অভিযান চলাই জাল নোট বনোৱা মেচিনসহ আটক দুজনক(Kaliabor News)।

আমবাগান আৰক্ষীৰ অভিযানত উদ্ধাৰ কৰে ৬ খনকৈ পাঁচশ টকীয়া নকল নোট।

আটকাধীন লোক ক্ৰমে ৰফিকুল ইছলাম আৰু হাইদৰ আলিৰ ঘৰ ১ নং ভাটিয়াখালীত।

ধৃত আটকাধীন লোক দুজনক আমবাগান আৰক্ষীয়ে আদালতলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : WATCH | Nagarbera News : বিৰোধী ঐক্যমঞ্চ গঠন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য বিধায়ক শ্বেৰমান আলী আহমেদৰ