Local, Vocal, Global

WATCH | Jorhat News : যোৰহাটত পুনৰ আৰক্ষীক লজ্জিত কৰা ঘটনা

যোৰহাট,২৫জুন : যোৰহাটত পুনৰ আৰক্ষীক লজ্জিত কৰা ঘটনা ।

আৰক্ষী বাহনৰ পৰা পলোৱান কৰা চোৰে নিজক বচাবলৈ গৈ সোমাল আৰক্ষী অধীক্ষকৰ আবাস গৃহত।

যোৱা নিশা চিনামৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ড্ৰাগছ সেৱন কাৰি এই চোৰটোক(Jorhat News)।

আজি যোৰহাট সদৰ থানালৈ আনোতেই সদৰ থানাৰ সন্মুখৰ পৰা আৰক্ষী বাহনৰ পৰা পলায়ন কৰিছিল ।

তিনিঘণ্টা সময় ধৰি বিচাৰি পোৱা নাছিল আৰক্ষীয়ে।

তাৰ পিছতেই চোৰে নিজক বচাৰলৈ ভুল বশত সোমাল গৈ আৰক্ষীৰ চৌহদহৰ ভিতৰত।

অৱশেষত আৰক্ষী জালত পৰিল পুনৰ চোৰটো।

লগতে পঢ়ক : WATCH | Barpeta News : বৰপেটা জিলাৰ আলোপতিত চাঞ্চল্যকৰ ঘটনা