Local, Vocal, Global

WATCH | Jorhat News : যোৰহাট আৰক্ষীয়ে নাক কাণ কাটিছে অসম আৰক্ষীৰ

যোৰহাট,২৪জুন : যোৰহাট আৰক্ষীয়ে নাক কাণ কাটিছে অসম আৰক্ষীৰ ।

নিশা হ’লে ঘোৰ নিন্দাত যোৰহাট আৰক্ষী ।

যোৰহাটত চোৰৰ টাৰ্গেট চৰকাৰী কাৰ্য্যালয়।

আৰক্ষীৰ ওপৰত ভৰসা নাইকিয়া হৈছে যোৰহাটৰ সচেতন ৰাইজৰ ।

ধোৱা চাঙত যোৰহাট আৰক্ষী(Jorhat News)।

অসম চৰকাৰৰ ৰূপান্তৰ ও উন্নয়ন বিভাগ কাৰ্যলয়ৰ বহু সামগ্ৰী চোৰৰ লুট পাট ।

দিনে নিশাই তহল দি থকা যোৰহাট আৰক্ষীৰ এলেকাধীন নগৰৰ মাজ মজিয়াৰ চৰকাৰী কাৰ্য্যালয়টো টাৰ্গেট কৰিছে চোৰে ।

নিশা হ’লেই যোৰহাটৰ বিভিন্ন পথত ড্ৰাগছ আসক্ত যুৱকৰ লগতে চোৰৰ তাণ্ডৱ নৃত্য চলে বিভিন্ন প্ৰান্তত ।

এনে কাৰ্য্যই যোৰহাট আৰক্ষীৰ নাক কান কাটিছে অসম আৰক্ষীৰ ।

ধাৰাবাহিকভাৱে হোৱা চুৰি কাণ্ডৰ লগতে ড্ৰাগছ সৰবৰাহ বৰাহ কাৰীয়ে যোৰহাট আৰক্ষীক তুলা ধুনা দেখুৱাইছে ।

লগতে পঢ়ক : WATCH | Dalgaon News : দেশৰ ভিতৰত বিখ্যাত চোৰক আটক দলগাঁও আৰক্ষীৰ