Local, Vocal, Global

Daily Horoscope for 25th June : কেনে যাব আপোনাৰ আজিৰ দিনটো ? পঢ়ক আজিৰ দিনটোৰ ৰাশিফল

মেষ ৰাশি : আজি আপুনি নিজৰ সৌন্দৰ্যৰ প্ৰতি মনোযোগ দিব ৷ সৌন্দৰ্যতা বৃদ্ধি কৰিবলৈ খৰচ হʼব ৷ ভালপোৱা, প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ পৰিয়ালৰ লগত সৰু যাত্রা হʼব পাৰে ৷ পৰিয়ালৰ লগত নৈশ আহাৰ ভাল হʼব ৷

বৃষ ৰাশি : সঠিক আনন্দপূৰ্ণ মনোবৃত্তি বজাই ৰাখিব । আপোনাৰ আজি প্ৰায় ভাল হʼব ৷ নিজৰ আত্মসন্মান বঢ়াবলৈ প্ৰেমাভিনয় কৰাটো উচিত নহয় ৷ খং-ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব ৷

মিথুন ৰাশি : আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷ আজিৰ দিনটো আপোনাৰ প্ৰায় ভাল আৰু লাভবান হʼব ৷

কৰ্কট ৰাশি : আপোনাৰ কঠিন দিন হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য-কর্ম প্ৰভাৱান্বিত হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত৷ কৰ্ম-ব্যৱসায়ত সফলতা লাভ হʼব ৷

সিংহ ৰাশি : পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ পৰৰ বিচাৰ নকৰিব, তেহে আপোনাৰো বিচাৰ কৰা নহ’ব । টকা-পইচা জমা কৰিব ৷

কন্যা ৰাশি : সক্ৰিয় দিন হʼব ৷ মানসিক চিন্তা আৰু নিৰুৎসাহিত হৈ পৰিব পাৰে; তথাপিও আপুনি প্ৰায় সফল হʼব ৷ পৰিয়ালৰ লগত সম্পর্ক প্ৰায় ভাল হʼব ৷ আপোনাক নতুন কৰ্মই লক্ষ্য প্ৰদান কৰিব পাৰে ৷ প্ৰশংসা লাভ হʼব ৷ আপুনি নিজৰ ব্যৱসায় কর্মত ব্যস্ত আৰু প্ৰেম সম্পর্ক মনোযোগ দিব ৷

তুলা ৰাশি : দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ আত্মগুৰুত্বপূৰ্ণ হৈ পৰিব ৷ নাম আৰু সুনাম হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

বৃশ্চিক ৰাশি : দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

ধনু ৰাশি : আজি আপুনি কঠোৰ কাৰ্যত সহজতে সফলতা লাভ কৰিব ৷ আপোনাৰ বহুতো ব্যক্তি লগত সংযোগ হʼব আপোনাৰ পচন্দৰ কাৰ্যই সহায় কৰিব ৷ দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ নকৰিব ৷

মকৰ ৰাশি : পুৰণি ইচ্ছা প্ৰতি আসক্ত হৈ পৰিব পাৰে ৷ কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব ৷ আপুনি প্ৰায় সফল হʼব ৷ মনটোক জীৱনৰ অনাৱশ্যকীয় চিন্তাধাৰাৰ পৰা আঁতৰাই ৰাখক, দিন ভাল হʼব ৷ এক ৰোমাঞ্চকৰ আৰু আনন্দপূৰ্ণ জীৱন লাভ কৰিব ৷

কুম্ভ ৰাশি : ভাল লক্ষ্য সফল হʼব, কিন্তু বন্ধুৰ লগত যুদ্ধত জড়িত হৈ পৰিব পাৰে ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

মীন ৰাশি : আজি কার্য-কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফলতা পাব ৷ আপুনি এবাৰ লক্ষ্য ৰখাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । বন্ধুৰ লগত আৰু প্ৰেমৰ সম্পর্ক লগত পার্টি হʼব পাৰে ৷