WATCH | Hatsingmari News : ৰাজ্যত আৰম্ভ হ’ল পঞ্চায়ত গঠনৰ প্ৰক্ৰিয়া
হাটশিঙিমাৰী,২৩জুন : আজি মানকাচৰ উন্নয়ন খণ্ডত দুখনকৈ পঞ্চায়তৰ সভানেত্ৰী নিৰ্বাচিত কৰা হয়।
পঞ্চায়ত নিৰ্বাচনৰ পিছত আজি আনুষ্ঠানিকভাৱে মানকাচৰ উন্নয়ন খণ্ডত অন্তৰ্গত পাথুৰীয়া গাওঁ পঞ্চায়ত আৰু কুকুৰমাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হয়(Hatsingmari News)।
পাথুৰীয়া গাওঁ পঞ্চায়তৰ সভানেত্ৰী হিচাপে নিৰ্বাচিত হয় ছেলিনা নাচৰিন আৰু কুকুৰমাৰা গাওঁ পঞ্চায়তৰ মহিলা সংৰক্ষিত আসনত কল্পনা সৰকাৰক সভানেত্ৰী হিচাপে নিৰ্বাচিত কৰে।
লগতে পঢ়ক : WATCH | Teok News : টীয়কত অংগনবাড়ী কৰ্মীক আনুষ্ঠানিকভাৱে স্মাৰ্ট ফোন প্ৰদান