WATCH | Bilasipara Protest : বিলাসীপাৰাত নৈ পৰীয়া ৰাইজৰ উত্তাল প্ৰতিবাদ

বিলাসীপাৰা,২২জুন : বিলাসীপাৰাত নৈ পৰীয়া ৰাইজৰ উত্তাল প্ৰতিবাদ।
বিধায়ক, সাংসদ আৰু চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।
গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত বিধায়ক সাংসদৰ প্ৰতিমূৰ্ত্তি নদীত দলিয়াই সাব্যস্ত কৰে এই প্ৰতিবাদৰ।
হাতীপোতা,কাঠালদি আৰু বাহিৰ ছুৱাপাতা আদি অঞ্চলত গৌৰাং নৈৰ গৰাখহনীয়া তাণ্ডব সৃষ্টি কৰিছে(Bilasipara Protest)। কানসাৰ নাই জিলা প্ৰশাসনৰ।
গৌৰাং নৈৰ গৰাখহনীয়া ফলত শ শ বিঘা কৃষি ভূমিকে ধৰি কেইবাটাও বাসগৃহত নদীৰ বুকুত জাহ গৈছে।
এইক্ষেত্ৰত অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ তথা জল সম্পদ মন্ত্ৰী পিযুয হাজৰিকাক অনুৰোধ জনায় নৈ পৰীয়া ৰাইজে।
লগতে পঢ়ক : WATCH | Mushalpur News : বাক্সা জিলাৰ মুছলপুৰস্থিত সাংস্কৃতিক প্ৰকল্পত নিযুক্তি পত্ৰ বিতৰণ